A text in my mother tongue.

in #post8 years ago

World Vision নামৰ NGO এটাই মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে গঢ়ি যোৱা এক শৰণীয়া নাম ধৰ্মক বিলুপ্ত কৰাত হাতে কামে নামি পৰিছে।

image
আমি আপোনালোক সৱধান কৰাব খুজিছোজে এই NGOৰ পতলোভনত নপৰিব। আমাৰ মাটি-ভেটি আমি ৰক্ষা কৰিবটো নৱাৰিলোঁৱে কিন্তু আমি আমাৰ ধৰ্ম ৰক্ষা কৰিবলৈ লাগিব কাৰণ ধৰ্ম থাকিলেহে জাতি থাকিব।

Coin Marketplace

STEEM 0.05
TRX 0.29
JST 0.043
BTC 67962.51
ETH 1972.86
USDT 1.00
SBD 0.37