World cup

in #world3 years ago

বিশ্বকাপত বিশ্বৰ ফুটবল শাসক সংস্থা ফিফাৰ উদ্যোগত পুৰুষৰ আন্তঃৰাষ্ট্ৰীয় ফুটবল প্ৰতিযোগিতা। ই প্ৰতি চাৰি বছৰৰ মূৰে মূৰে অনুষ্ঠিত হয়, আৰু অংশগ্ৰহণকাৰী দলসমূহে নিজৰ দেশক প্ৰতিনিধিত্ব কৰি এমাহজোৰা প্ৰতিযোগিতাত বিশ্ব চেম্পিয়ন নিৰ্ণয় কৰে।

পৰৱৰ্তী ফিফা বিশ্বকাপ ২০২২ চনত কাটাৰত অনুষ্ঠিত হ’ব।গ্ৰীষ্মকালত কাটাৰত অত্যন্ত গৰমৰ বাবে পৰম্পৰাগত জুন আৰু জুলাইৰ পৰিৱৰ্তে নৱেম্বৰ আৰু ডিচেম্বৰ মাহত অনুষ্ঠিত হ’ব এই প্ৰতিযোগিতা।

Coin Marketplace

STEEM 0.07
TRX 0.29
JST 0.047
BTC 67969.09
ETH 2054.83
USDT 1.00
SBD 0.48